AssameseQ.com ত প্ৰকাশ কৰা সকলো তথ্য আৰু কোটছ সাধাৰণ তথ্য আৰু বিনোদনৰ উদ্দেশ্যে দিয়া হয়। আমি চেষ্টা কৰোঁ সঠিক আৰু আপডেট তথ্য প্ৰদান কৰিবলৈ, কিন্তু সকলো বিষয়ৰ সম্পূৰ্ণ সঠিকতা বা বিশ্বাসযোগ্যতাৰ গেৰান্টি আমি নিদিওঁ।

এই ৱেবচাইটত দিয়া কোটছবোৰ বহু সময়ত বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হয়। যদি কোনো কন্টেন্টৰ মূল অধিকাৰ আপোনাৰ আৰু আপুনি ইয়াত উল্লেখ কৰা নহয় বুলি ভাবিছে, অনুগ্ৰহ কৰি আমাৰ সৈতে যোগাযোগ কৰক। আমি সেইটো সংশোধন বা আঁতৰাবলৈ চেষ্টা কৰিম।

AssameseQ.com ত দিয়া কোনো তথ্য ব্যৱহাৰ কৰাৰ পূৰ্বে আপুনি নিজে বিচাৰ-বিবেচনা কৰিব লাগে। এই ৱেবচাইট ব্যৱহাৰ কৰি হোৱা কোনো ক্ষতি বা লোকচানৰ বাবে আমি দায়বদ্ধ নহয়।

এই চাইটত বাহিৰৰ ৱেবচাইটলৈ লিংক থাকিব পাৰে। সেই ৱেবচাইটবোৰৰ কন্টেন্ট বা নীতিৰ ওপৰত আমাৰ কোনো নিয়ন্ত্ৰণ নাই, সেয়ে আমি তাৰ বাবে দায়ী নহয়।

AssameseQ.com ব্যৱহাৰ কৰি আপুনি এই দায়স্বীকাৰৰ সকলো চৰ্ত মানি ল’লে বুলি ধৰা হয়।